WHATSAPP GROUP

Join now

Telegram Group

Join now


We provide daily Current affairs in different languages for your convenience.


ভাষাসমূহ

অসমীয়া

English

हिंदी 


অসমীয়া ভাষাত 

যদিহে আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলায় আছে,তেন্তে আপুনি Current affairs ৰ লগতে General Knowledge, ইত্যাদি অতিকৈ প্ৰয়োজনীয় । আমি আপোনালোকৰ সুবিধাৰ বাবে 3 টা ভাষাত দৈনিক Current affairs, General Knowledge বা পৰীক্ষাত সহায় হোৱাকৈ বিভিন্ন ধৰণৰ প্ৰশ্ন ৰ লগতে উত্তৰ যোগান ধৰো। যিবিলাক প্ৰশ্নৰ জৰিয়তে আপুনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰিব।


 ১০১ টা প্ৰশ্নৰ উত্তৰ অসমীয়া ভাষাত

(১) পাঁচালি শব্দটো ক'ৰ পৰা আহিছে ?

উত্তৰ- সংস্কৃত 'পাঞ্চালিকা' শব্দৰ পৰা।


(২) বিশেষভাৱে উল্লেখযোগ্য পাঁচালি কাব্যৰ কবি কেইজনৰ নাম লিখা।

উত্তৰ- পীতাম্বৰ কবি, দুর্গাবৰ কায়স্থ, মনকৰ আৰু সুকবি নাৰায়ণদেৱ।


(৩) 'ঊষা-পৰিণয়', 'ভাগৱত দশম স্কন্ধ', 'মার্কণ্ডেয় চণ্ডী' আৰু 'নল-দময়ন্তী' কোনে ৰচনা কৰিছিল ?

উত্তৰ- পীতাম্বৰ কবিয়ে।


(৪) পীতাম্বৰ কবিৰ প্রথম ৰচনা কি ?

উত্তৰ- 'ঊষা-পৰিণয়'।


(৫) পীতাম্বৰ কবিয়ে 'ঊষা-পৰিণয়' কাব্য কেতিয়া ৰচনা কৰিছিল ?

উত্তৰ- ১৫৩৩ খ্ৰীঃত।


(৬) 'ঊষা-পৰিণয়' কাব্যৰ মূল কি ?

উত্তৰ- হৰিবংশ বিষ্ণু পর্বৰ ১১৬-১২৮ অধ্যায়।


(৭) কোচবিহাৰৰ ৰাজকীয় গ্ৰন্থাগাৰত পীতাম্বৰ কবিৰ কোন দুখন গ্ৰন্থ হাতে লিখা অৱস্থাত সংৰক্ষিত হৈ আছে ?

উত্তৰ- 'মার্কণ্ডেয় চণ্ডী' আৰু 'দশম স্কন্ধ'। 


(৮) পীতাম্বৰৰ 'ভাগৱত দশম স্কন্ধ' কি ছন্দত ৰচিত ?

উত্তৰ- পয়াৰ আৰু ত্ৰিপদী ছন্দত।


(৯) কোন গৰাকী কবিয়ে নিজকে 'শিশুমতি' বুলি পৰিচয় দিছিল ?

উত্তৰ- পীতাম্বৰ কবিয়ে।


(১০) কোন গৰাকী কবিক 'তামসিক' বুলি আখ্যা দিয়া হয় ?

উত্তৰ- পীতাম্বৰ কবিক।


(১১) পীতাম্বৰ কবিক 'তামসিক' বুলি কোনে আখ্যা দিছিল ?

উত্তৰ- শংকৰদেৱে।


(১২) 'গীতি-ৰামায়ণ' আৰু 'বেউলা-আখ্যান' কোনে ৰচনা কৰিছিল ?

উত্তৰ- দুর্গাবৰ কায়স্থই।


(১৩) দুর্গাবৰৰ 'গীতি-ৰামায়ণ'ত মুঠ কেইটা গীত সন্নিৱিষ্ট আছে ?

উত্তৰ- ৫৮ টা।


(১৪) "'গীতি-ৰামায়ণ' বাল্মীকিৰ অনুবাদ নহয় বৰং অপ্রমাদী কবি মাধৱ কন্দলীৰ ৰামায়ণৰ জনপ্ৰিয় সংস্কৰণ।" উক্তিটো কাৰ ?

উত্তৰ- সত্যেন্দ্ৰনাথ শৰ্মা।


(১৫) দুর্গাবৰৰ 'গীতি-ৰামায়ণ'ক মাধৱ কন্দলীৰ পদ ৰামায়ণৰ ওজাপালি তাঙৰণ আখ্যা দিয়া বিশিষ্ট ব্যক্তি গৰাকী কোন ?

উত্তৰ- মহেশ্বৰ নেওগ।


(১৬) দুর্গাবৰৰ 'গীতি-ৰামায়ণ'ক 'বাল্মীকি মহাকাব্যৰ গাঁৱলীয়া তাঙৰণ' বুলি কোনে মত প্ৰকাশ কৰিছে ?

উত্তৰ- ড০ বাণীকান্ত কাকতিয়ে।


(১৭) কোচৰজা বিশ্বসিংহৰ আমোলত বহুবল শিকদাৰৰ অনুপ্ৰেৰণা লাভ কৰি গীত ৰচনা কৰা কবি গৰাকী কোন ?

উত্তৰ- দুর্গাবৰ কায়স্থ।


(১৮) কোন গৰাকী ৰজাক 'ৰাজা জল্পেশ্বৰ' বুলি আখ্যা দিয়া হয় ?

উত্তৰ- বিশ্বসিংহক।


(১৯) বিশ্বসিংহক 'ৰাজা জল্পেশ্বৰ' বুলি কোনে আখ্যা দিছিল ?

উত্তৰ- মনকৰে।


(২০) 'মনসা কাব্য' কাৰ ৰচনা ?

উত্তৰ- মনকৰৰ।


(২১) মনকৰৰ পদ্মাপুৰাণৰ লগত সাদৃশ্য থকা পুথিখন কি ?

উত্তৰ- 'শূন্যপুৰাণ'।


(২২) মনকৰৰ কাব্যত কোন দুবিধ ৰসৰ প্ৰতিপত্তি দেখা যায় ?

উত্তৰ- হাস্য আৰু শৃংগাৰ।


(২৩) 'সুকনান্নী' নামেৰে জনাজাত কাব্যখন কি ?

উত্তৰ- 'পদ্মপুৰাণ'।


(২৪) 'সুকনান্নী' কবি কোন ?

উত্তৰ- সুকবি নাৰায়ণদেৱ।


(১@২৫) 'জগত গুৰু' কোন ?

উত্তৰ- শংকৰদেৱ।


(২৬) শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰ- ১৪৪৯ খ্ৰীঃত, ১৩৭১ শকত।


(২৭) শংকৰদেৱৰ জন্ম ক'ত হৈছিল ?

উত্তৰ- নগাঁও জিলাৰ বৰদোৱাত।


(২৮) শংকৰদেৱৰ পিতৃৰ নাম কি ?

উত্তৰ- কুসুম্বৰ ভূঞা।


(২৯) শংকৰদেৱৰ মাতৃৰ নাম কি ?

উত্তৰ- সত্যসন্ধ্যা দেৱী।


(৩০) শংকৰদেৱক কোনে ডাঙৰ-দীঘল কৰিছিল ?

উত্তৰ- বুঢ়ীমাক খেৰশুতীয়ে।


(৩১) শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল ?

উত্তৰ- মহেন্দ্ৰ কন্দলীৰ।


(৩২) শংকৰদেৱৰ প্রথমা পত্নীৰ নাম কি ?

উত্তৰ- সূর্যৱতী।


(৩৩) শংকৰদেৱৰ দ্বিতীয়া পত্নীৰ নাম কি ? 

উত্তৰ- কালিন্দী।


(৩৪) শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল ?

উত্তৰ- ১৫৬৮ খ্ৰীঃত।


(৩৫) শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল ? 

উত্তৰ- কোচবিহাৰত।


(৩৬) শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?

উত্তৰ- নৰনাৰায়ণৰ।


(৩৭) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল ?

উত্তৰ- বেলগুৰিত।


(৩৮) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় ?

উত্তৰ- 'মণিকাঞ্চন সংযোগ'।


(৩৯) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক 'মণিকাঞ্চন সংযোগ' বুলি কোনে অভিহিত কৰিছে ?

উত্তৰ- লক্ষ্মীনাথ বেজবৰুৱাই।


(৪০) শংকৰদেৱৰ প্রথম ৰচনা কি? নাইবা, শংকৰদেৱৰ প্রথম কাব্যখনৰ নাম কি ?

উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান'।


(৪১) শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান ?

উত্তৰ- ছয়।


(৪২) শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি ? 

উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান', 'ৰুক্মিণীহৰণ কাব্য', 'বলিছলন', 'অমৃত মদন', 'অজামিল উপাখ্যান' আৰু 'কুৰুক্ষেত্ৰ'।


(৪৩) 'হৰিশ্চন্দ্ৰ উপাখ্যান' কাব্যৰ মূল কি ?

উত্তৰ- মার্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়।


(৪৪) শংকৰদেৱে কোনখন কাব্যৰ যোগেদি 'ভকতিৰ চাৰিখুঁটি' মাৰিছিল বুলি কোৱা হয় ? 

উত্তৰ- 'হৰিশ্চন্দ্র উপাখ্যান'।


(৪৫) 'ভকতিৰ চাৰিখুঁটি' কি কি ?

উত্তৰ- নাম, দেৱ, গুৰু আৰু ভকত।


(৪৬) 'ৰুক্মিণী হৰণ কাব্য'ৰ মূল কি ?

উত্তৰ- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'।


(৪৭) শংকৰদেৱৰ ভক্তিতত্ত্ব প্রকাশক গ্ৰন্থ কেইখনৰ নাম কি কি ?

উত্তৰ- 'ভক্তিপ্রদীপ', 'ভক্তি-ৰত্নাকৰ' (সংস্কৃত), 'নিমি-নৱসিদ্ধ সংবাদ' আৰু 'অনাদিপতন'।


(৪৮) শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি ? 

উত্তৰ- 'ভক্তি-ৰত্নাকৰ'।


(৪৯) শংকৰদেৱে মূল ভাগৱত দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছে ?

উত্তৰ- ৯০ টা।


(৫০) 'উত্তৰাকাণ্ড' ৰামায়ণ কোনে ৰচনা কৰিছিল ?

উত্তৰ- শংকৰদেৱে।

(৫১) শংকৰদেৱৰ নাম-প্রসংগমূলক গ্ৰন্থ দুখনৰ নাম লিখা।

উত্তৰ- 'কীৰ্তন' আৰু 'গুণমালা'।


(৫১) শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি ? নাইবা, শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ কি ?

উত্তৰ- 'কীৰ্তন'।


(৫২) 'কীৰ্তন' কেইটা খণ্ডৰ সমষ্টি ?

উত্তৰ- ২৭ টা।


(৫৩) কাৰ আজ্ঞানুসাৰে, কোনে 'কীৰ্তন' সংগ্ৰহ কৰিছিল ?

উত্তৰ- মাধৱদেৱৰ আজ্ঞানুসাৰে, ৰামচৰণ ঠাকুৰে।


(৫৪) শংকৰদেৱৰ 'গুণমালা' কি ছন্দত ৰচিত ?

উত্তৰ- কুসুমমালা।


(৫৫) শংকৰদেৱৰ 'গুণমালা' গ্ৰন্থত কিমানটা পদ আছে ?

উত্তৰ- ৩৩৭ টা।


(৫৬) শংকৰদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত 'গুণমালা' পুথিখন ৰচনা কৰিছিল ?

উত্তৰ- নৰনাৰায়ণ।


(৫৭) অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন ? 

উত্তৰ- শংকৰদেৱ।


(৫৮) শংকৰদেৱৰ প্রথম নাটখনৰ নাম কি ?

উত্তৰ: 'চিহ্ন-যাত্রা'।


(৫৯) শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল?

উত্তৰ- 'চিহ্ন-যাত্রা'।


(৬০) অঙ্কীয়া নাটৰ ভাষা কি ?

উত্তৰ- ব্রজাৱলী।


(৬১) শংকৰদেৱৰ অঙ্কীয়া নাটৰ সংখ্যা কিমান ?

উত্তৰ- ছয়।


(৬২) শংকৰদেৱৰ অঙ্কীয়া নাট কেইখনৰ নাম কি কি ?

উত্তৰ- 'পত্নী প্ৰসাদ', 'কালিয়-দমন', 'কেলিগোপাল', 'ৰুক্মিণী হৰণ', 'পাৰিজাত হৰণ' আৰু 'ৰামবিজয়'।


(৬৩) 'পত্নীপ্রসাদ' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?

উত্তৰ- বেলগুৰিত।


(৬৪) শংকৰদেৱৰ 'পত্নীপ্রসাদ' আৰু 'কালিয়-দমন' নাটৰ মূল কি ?

উত্তৰ- ভাগৱত দশম স্কন্ধ।


(৬৫) 'কেলিগোপাল' নাটৰ মূল কি ?

উত্তৰ- ভাগৱত পুৰাণৰ 'ৰাসপঞ্চাধ্যায়'।


(৬৬) 'কেলি গোপাল' নাটখন আৰু কি নামেৰে জনা যায় ?

উত্তৰ- 'ৰাসক্রীড়া'।


(৬৭) শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটখনৰ নাম কি ?

উত্তৰ: 'ৰুক্মিণীহৰণ'।


(৬৮) 'ৰুক্মিণী হৰণ' নাটৰ মূল কি?

উত্তৰ- ভাগৱত পুৰাণ।


(৬৯) শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি ?

উত্তৰ- 'পাৰিজাত হৰণ'।


(৭০) 'পাৰিজাত হৰণ' নাটৰ মূল কি ?

উত্তৰ- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'।


(৭১) 'কালিয়-দমন', 'কেলি গোপাল', 'ৰুক্মিণীহৰণ' আৰু 'পাৰিজাত হৰণ' এই নাট কেইখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?

উত্তৰ- পাটবাউসীত।


(৭২) শংকৰদেৱৰ শেষ নাটখনৰ নাম কি ? নাইবা, শংকৰদেৱৰ শেষ ৰচনা কি ?

উত্তৰ- 'ৰামবিজয়'।


(৭৩) 'ৰামবিজয়' নাটৰ মূল কি ?

উত্তৰ- 'আদিকাণ্ড ৰামায়ণ'।


(৭৪) 'ৰামবিজয়' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ?

উত্তৰ- কোচবিহাৰত।


(৭৫) শংকৰদেৱৰ ভটিমা কিমান প্ৰকাৰৰ ?

উত্তৰ- তিনি প্ৰকাৰৰ- নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা।


(৭৬) শংকৰদেৱে কোনজন ৰজাৰ গুণানুকীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰে ?

উত্তৰ: নৰনাৰায়ণ।


(৭৭) 'গুৰু ভটিমা'ৰ প্রৱর্তক কোন?

উত্তৰ- মাধৱদেৱ।


(৭৮) শংকৰদেৱে প্ৰথম বৰগীতটি ক'ত আৰু কেতিয়া ৰচনা কৰিছিল ?

উত্তৰ- প্ৰথমবাৰ তীৰ্থভ্রমণ কৰিবলৈ যাওঁতে বদৰিকাশ্রমত, ১৪৯০ খ্ৰীষ্টাব্দমানত।


(৭৯) শংকৰদেৱৰ প্রথম বৰগীতটিৰ নাম কি ?

উত্তৰ- 'মন মেৰি ৰাম চৰণেহি লাগু'।


(৮০) শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?

উত্তৰ- ২৪০ টা।


(৮১) শংকৰদেৱৰ বৰগীতসমূহ কোনে আওঁৰাবলৈ নিওঁতে জুইত পুৰি নষ্ট হয় ?

উত্তৰ- কমলা গায়ন নামৰ এজন ভকতে।


(৮২) শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিমান ?

উত্তৰ- ৩৪ টা।


(৮৩) বৰগীতৰ ভাষা কি ?

উত্তৰ- ব্রজাৱলী।


(৮৪) বৰগীতসমূহক ড৹ বাণীকান্ত কাকতিয়ে কি আখ্যা দিছে ?

উত্তৰ- Noble Numbers.


(৮৫) বৰগীতসমূহক কালিৰাম মেধিয়ে কি আখ্যা দিছে ?

উত্তৰ- Songs Celestial বা Great Song. 


(৮৬) বৰগীতসমূহক 'Holy Song' বুলি কোনে আখ্যা দিছে ?

উত্তৰ- দেৱেন্দ্ৰনাথ বেজবৰুৱাই।


(৮৭) 'গোপাল কি গতি কৈলে, গোবিন্দ কি মতি দিলে' শীর্ষক বৰগীতটিৰ ৰাগ কি আৰু ইয়াৰ ৰচক কোন ?

উত্তৰ- ৰাগ-শ্রী, শংকৰদেৱ।


(৮৮) কোনজন কবিয়ে নিজকে শহাপহু আৰু মাধৱ কন্দলীক হাতীৰ লগত তুলনা কৰিছে?

উত্তৰ- শংকৰদেৱে।


(৮৯) কথা গুৰুচৰিত মতে শংকৰদেৱে বৰদোৱাত কিমান দিন কটাইছিল ?

উত্তৰ- ৭ বছৰ ৬ মাহ।


(৯০) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন ?

উত্তৰ- মাধৱদেৱ।


(৯১) 'বঢ়াৰ পো' কোন ?

উত্তৰ- মাধৱদেৱ।


(৯২) শংকৰদেৱে 'বঢ়াৰ পো' বুলি কোনজনা শিষ্যক সম্বোধন কৰিছিল ?

উত্তৰ- মাধৱদেৱক।


(৯৩) মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰ- ১৪৮৯ খ্ৰীঃত।


(৯৪) মাধৱদেৱৰ জন্মস্থান ক'ত ?

উত্তৰ- লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত।


(৯৫) মাধৱদেৱৰ পিতৃৰ নাম কি ?

উত্তৰ- গোবিন্দগিৰি।


(৯৬) মাধৱদেৱৰ মাতৃৰ নাম কি ?

উত্তৰ- মনোৰমা।


(৯৭) মাধৱদেৱৰ শিক্ষাগুৰু জনাৰ নাম কি ?

উত্তৰ- ৰাজেন্দ্ৰ অধ্যাপক।


(৯৮) মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল ?

উত্তৰ- ১৫৯৬ খ্ৰীঃত।


(৯৯) মাধৱদেৱৰ মৃত্যু কোন স্থানত হৈছিল ?

উত্তৰ- কোচবিহাৰত।


(১০০) 'ৰাজসূয় কাব্য' আৰু 'জন্মৰহস্য' কাৰ ৰচনা ?

উত্তৰ- মাধৱদেৱৰ।


(১০১) 'নামঘোষা' কোনে ৰচনা কৰিছিল ?

উত্তৰ- মাধৱদেৱে।

English language

If you are preparing for government jobs, you are very necessary for Current Affairs as well as General Knowledge, etc. For your convenience, we provide various questions as well as answers in 3 languages daily Current Affairs, General Knowledge or in the exam. These are the questions that you can prepare for the exam.


  The answer to 101 questions in Assamese

(1) Where does the word Panchali come from?


Answer: From the Sanskrit word 'Panchalika'


(2) Write the names of the poets of the poems, especially the poets.


The answer is that the poet is the poet of the Durgabar, the Kayastha, the Mankar and the poet Narayana.




(3) Who wrote 'Usha-Parinay', 'Bhagavat Dashama', 'Markandeya Chandi' and 'Nal-Damayanti'?


Answer: The poet of Pitambar.




(4) What is the first work of Pitambar Kabita?


Answer: 'Usha-parinay'




(5) When did the poet of Pitambar composed the poem 'Usha-Parinay'?


Answer: In 1533 AD.




(6) What is the root of the poem 'Usha-parinay'?


Answer: Harivansh Chapter 116-128 of Vishnu Parva.




7. Which two books of Pitambar Kabi are preserved in the royal library of Kochbihar?


The answer is 'Markandeya Chandi' and 'Dasham Skanda'




(8) What is the rhythm of the 'Bhagavat tenth Skanda' of Pitambar?


Answer: In the rhythm and tripadi rhythm.




(9) Which poet identified himself as 'Shishumati'?


Answer: The poet of Pitambar.




(10) Which poet is called 'tamasic'?


Answer: The poet of Pitambar.




(11) Who called Pitambar poet 'tamasic'?


Answer: Sankaradeva.




(12) Who composed 'Geeti-Ramayana' and 'Beula-Akhyan'?


Answer: The Kaystha of Durgabar.




13. How many songs are included in the 'Giti-Ramyana' in Durgabar?


Answer: 58.




(14) "Gitingi-Ramayana' is not a translation of Balmiki, but the popular version of the Ramayana of the incomplete poet Madhava Kandali. Whose quote is it?


Answer: Satyendra Nath Sharma.




15. Who is the prominent person who calls the 'Giti-Ramayana' of Durgabar called the Ojapali tantra of Madhava Kandali in the Ramayana of the Ramayana?


Answer: Maheshwar Neog.




16. Who expresses the 'Geeti-Ramayana' of Durgabar that 'Balmiki's Village Tangran'?


Answer: Dr. Banikant Kakati.




17. Who is the poet who composed the song after receiving the inspiration of Bahubaal Shikdar during the reign of Koch king Biswasingha?


Answer: Durgabar Kayastha.




(18) Which king is called 'King Jalpeshwar'?


Answer: Vishwasingh.




19. Who called Vishwasingh called 'King Jalpeshwar'?


Answer: The mind is.




(20) Who wrote 'Manasa Kavya'?


Answer: Mankar.




21. What is the book that is similar to the Padma Purana of Mankar?


Answer: 'Shunya Purana'




22. Which two types of juices are found in the poems of Manakar?


Answer: Funny and sringa.




(23) What is the poem known as 'Sukananni'?


Answer: 'Padma Purana'




(24) Who is the poet 'Sukannni'?


Answer: The poet Narayanadeva.




(1@25) Who is the 'Jagat Guru'?


Answer: Shankaradeva.




26. When was Sankaradeva born?


Answer: In 1449 AD, 1371 AD.




27. Where was Sankaradeva born?


Answer: In Bardowa in Nagaon district.




(28) What is the name of the father of Sankaradeva?


Answer: Kusumbar Bhuyan.




(29) What is the name of the mother of Sankaradeva?


Answer: Satyasandha is the goddess.




30. Who raised Sankaradeva?


Answer: The old woman Khershuti.




31. Whose toll did Sankaradeva study?


Answer: Mahendra Kandali.




32. What is the name of Sankaradeva's first wife?


Answer: Suryavati.




(33) What is the name of the second wife of Sankaradeva?


Answer: Kalindi.




34. When did Sankaradeva die?


Answer: In 1568 AD.




35. Where did Sankaradeva die?


Answer: In Kochbihar.




36. Whose sponsorship did Sankaradeva gain?


Answer: Naranarayana.




37. Where did the union of Sankaradeva and Madhavadeva ?


Answer: In Belguri.




38. What is the union of Sankaradeva and Madhavadevas called?


Answer: 'Manikanchan connection'




39. Who called the union of Sankaradeva and Madhavade 'Manikanchan connection'?


Answer: Laxminath Bezbaruah.




(40) What is the first work of Sankaradeva? Or, what is the name of the first poem of Sankaradeva?


Answer: 'Harichandra Upakhyan'




(41) What is the number of poems of Sankaradeva?


Answer: Six.




(42) What are the names of the poems of Sankaradeva?


The answer is 'Harichandra Upakhyan', 'Rukminiharan Kavya', 'Bolicelon', 'Amrit Madan', 'Ajamil Upakhyan' and 'Kurukshetra'




(43) What is the root of the poem 'Harichandra Upakhyan'?


Answer: Chapter 7-8 of the Markandeya Purana.




44. Which poem is said to have killed 'The Charikhuti' of Bhakati?


Answer: 'Harichandra Upakhyan'




(45) What are the 'charikti khunti' of Bhakati?


Answer: Name, Dev, Guru and Bhakat.




46. What is the root of 'Rukmini Haraan Kavya'?


Answer: The Harivansh and the Bhagavad Purana.




(47) What are the names of the books that publish the devotionaltt of Sankaradeva?


The answer is 'Bhaktipradeep', 'Bhakti-Ratnakar' (Sanskrit), 'Nimi-Navassadh Sanbad' and 'Anadipathan'




48. What is the name of the Sanskrit text of Sankaradeva?


Answer: 'Bhakti-Ratnakar'




(49) How many chapters of the original Bhagavad Gita translated by Sankaradeva?


Answer: 90.




50. Who composed the 'Uttarakanda' Ramayana?


Answer: Sankaradeva.

(51) Name the two books of Sankaradeva.


Answer: 'Kirtan' and 'Gunmala'




(51) What is the best example of the poetic talent of Sankaradeva? Or, what is the monument of Sankaradeva's Vaishnava literature?


Answer: 'Kirtan'




52. How many episodes 'Kirtan' is the constituency?


Answer: 27.




53. Whose wisdom, who collected the 'Kirtan'?


Answer: The absorbance of Madhavadeva, Ramcharan Tagore.



54. What is the rhythm of Sankaradeva's 'Gunmala'?

Answer: Kusumamala.


55. How many verses are there in the 'Gunmala' of Sankaradeva?

Answer: 337 countries.


56. Which king inspired Sankaradeva to write the book 'Gunmala'?

Answer: Naranarayan.


57. Who is the father of Assamese dramatic literature?

Answer: Sankaradeva.


58. What is the name of the first play of Sankaradeva?

Answer: 'Sign-journey'


59. In which play did Sankaradeva act?

Answer: 'Sign-journey'


60. What is the language of Angkiya Natak?

Answer: Brajavali.


61. What is the number of plays written by Sankaradeva?

Answer: Six.


62. What are the names of the plays of Sankaradeva?

Answer: Patni Prasad, Kaliya-Daman, Kaligopal, Rukmini Haraan, Parijat Haraan and Ramvijay.


63. Where did Sankaradeva write the play 'Patniprasad'?

Answer: In Belgium.


64. What is the origin of Sankaradeva's plays 'Patniprasad' and 'Kaliya-Daman'?

Answer: The tenth Skanda of the Bhagavad Gita.


65. What is the origin of the play 'Kaligopal'?

Answer: The Rasapanchadhyaya of the Bhagavad Purana.


66. By what other name is the play 'Keli Gopal' known?

Answer: 'Raskrida'


67. What is the name of the largest play written by Sankaradeva?

Answer: 'Rukminiharan'


68. What is the origin of the play 'Rukmini Haraan'?

Answer: The Bhagavad Purana.


69. What is the name of the best play of Sankaradeva?

Answer: 'Parijat Haran'


70. What is the origin of the play 'Parijat Haraan'?

Answer: Harivansh and Bhagavad Purana.


71. Where did Sankaradeva write the plays 'Kaliya-Daman', 'Keli Gopal', 'Rukminiharan' and 'Parijat Haran'?

Answer: In Patbausi.


72. What is the name of the last play of Sankaradeva? Or, what is the last work of Sankaradeva?

Answer: 'Ramvijay'


73. What is the origin of the play 'Ramvijay'?

Answer: 'Adikanda Ramayana'


74. Where did Sankaradeva write the play 'Ramvijay'?

Answer: In Kochbihar.


75. What are the types of bhatimas of Sankaradeva?

There are three types of bhatimas: Nat Bhatima, Dev Bhatima and Raj Bhatima.


76. Which king did Sankaradeva compose Raj Bhatima in praise of?

Answer: Naranarayan.


77. Who is the initiator of 'Guru Bhatima'?

Answer: Madhavadeo.


78. Where and when did Sankaradeva compose the first Bargit?

Answer: When I went on my first pilgrimage to Badrikashram, around 1490 AD.


79. What is the name of the first Bargit of Sankaradeva?

Answer: 'Mon meri ram charanehi lagu'


80. How many Bargits did Sankaradeva compose?

Answer: 240 pieces.


81. Who burnt down the Bargits of Sankaradeva while trying to repeat them?

Answer: A devotee named Kamala Gayan.


82. What is the number of Bargits of Sankaradeva?

Answer: 34 countries.


83. What is the language of Bargit?

Answer: Brajavali.


84. What does Dr. Banikant Kakati call the Bargits?

Answer- Noble Numbers.


85. What does Kaliram Medhi call the Bargits?

Answer: Songs Celestial or Great Song.


86. Who called the Bargits 'Holy Songs'?

The answer is Devendra Nath Bezbaruah.


87. What is the raga of the Bargit 'Gopal Ki Gati Kaile, Govinda Ki Mati Dile' and who is its composer?

Answer: Raga-Sri, Sankaradeva.


88. Which poet compares himself to a rabbit and Madhava Kandali to an elephant?

Answer: Sankaradeva.


89. According to the Katha Gurucharita, how many days did Sankaradeva spend in Bardowa?

Answer: 7 years and 6 months.


90. Who was the favorite disciple of Sankaradeva?

Answer: Madhavadeo.


91. Who is 'Badhar Po'?

Answer: Madhavadeo.


92. Which disciple did Sankaradeva address as 'Badhar Po'?

Answer: Madhavadevan.


93. When was Madhavade born?

Answer: In 1489 AD.


94. Where was the birthplace of Madhavadevan?

Answer: In the Narayanpur area of Lakhimpur.


95. What is the name of Madhava's father?

Answer: Govindagiri.


96. What is the name of Madhava's mother?

Answer: Manorama.


97. What is the name of Madhava's teacher?

Answer: Rajendra Professor.


98. When did Madhavadevan die?

Answer: In 1596 AD.


99. Where did Madhava die?

Answer: In Kochbihar.


100. Who wrote the Rajasuya Kavya and the Janmarahasya?

Answer: Madhavadevan.


101. Who composed the 'Namghosha'?

Answer: Madhavade.

हिंदी भाषा में 

यदि आप सरकारी नौकरी की तैयारी कर रहे हैं, तो आपको करंट अफेयर्स के साथ-साथ सामान्य ज्ञान आदि की आवश्यकता है। हम आपकी सुविधा के लिए 3 भाषाओं में आपकी परीक्षा में मदद करने के लिए दैनिक करंट अफेयर्स, सामान्य ज्ञान या विभिन्न प्रश्न और उत्तर प्रदान करते हैं। प्रश्न जिनका उपयोग आप परीक्षा की तैयारी के लिए कर सकते हैं।


101 सवालों के जवाब। मुझसे हुई गलतियों के लिए क्षमा करें। शेयर करने में कोई दिक्कत नहीं है।



(1) पांचाली शब्द कहाँ से आया है?

उत्तर: संस्कृत शब्द 'पंचलिक' से


(2) पांचाली काव्य के उन कवियों के नाम लिखिए जो विशेष रूप से उल्लेखनीय हैं।

उत्तर है पीताम्बर कबि, दुर्गाबार कायस्थ, मानकर और सुकवि नारायण।


3. उषा-परिणय, भगवद गीता के 10वें स्कंद, मार्कंडेय चंडी और नल-दमयंती की रचना किसने की थी?

उत्तर कवि पीताम्बर।


(4) कवि पीताम्बर की प्रथम रचना कौन-सी थी?

उत्तर: 'उषा-परिणय'


5. कवि पीताम्बर ने 'उषा-परिणय' काव्य की रचना कब की थी?

उत्तर: 1533 ई. में।


(6) 'उषा-परिणय' कविता का मूल क्या है ?

उत्तर: हरिवंश विष्णु पर्व के अध्याय 116-128।


(7) कवि पीताम्बर की कौन-सी दो पुस्तकें कूचबिहार के शाही पुस्तकालय में पांडुलिपि के रूप में संरक्षित हैं?

उत्तर: मार्कंडेय चंडी और 10वां स्कंद।


8. पीतांबर द्वारा रचित भगवद्गीता का दसवां स्कंद किस ताल में है?

उत्तर: पयार और त्रिपदी ताल में।


9. किस कवि ने स्वयं को 'शिशुमती' के रूप में पहचाना?

उत्तर कवि पीताम्बर।


10. किस कवि को 'तामसिक' कहा जाता है ?

उत्तर कवि पीताम्बर।


11. कवि पीताम्बर को 'तामसिक' किसने कहा था ?

उत्तर: शंकरदेव।


12. 'गीति-रामायण' और 'बेउला-अख्यान' की रचना किसने की थी?

उत्तर: दुर्गाबार की कायस्थ।


13. दुर्गाबार की गीति-रामायण में कुल कितने गीत हैं ?

उत्तर: 58 देश।


(14) "'गीति-रामायण' बाल्मीकि का अनुवाद नहीं है, बल्कि अचूक कवि माधव कंडाली द्वारा रामायण का एक लोकप्रिय संस्करण है। यह किसकी बोली है?

उत्तर: सत्येंद्र नाथ शर्मा।


15. दुर्गाबार की 'गीत-रामायण' को माधव कंडाली की पद रामायण का ओजपाली तंगरान कहने वाला प्रमुख व्यक्ति कौन है?

उत्तर महेश्वर नियोग।


16. किसने दुर्गाबार की 'गीत-रामायण' को 'बाल्मीकि महाकाव्य का ग्रामीण संस्करण' बताया है?

इसका उत्तर है डॉ. बनिकांत काकती।


17. कोच राजा बिस्वा सिंह के शासनकाल में बाहुबल शिकदार की प्रेरणा से गीतों की रचना करने वाला कवि कौन था?

उत्तर: दुर्गाबार कायस्थ।


18. किस राजा को 'राजा जल्पेश्वर' कहा जाता है ?

उत्तर: बिस्वा सिंह।


19. बिस्वा सिंह को 'राजा जलपेश्वर' किसने कहा था?

उत्तर: मानकर।


20. 'मनसा काव्य' किसने लिखा ?

उत्तर : मानकर का।


21. मनकारा के पद्म पुराण के समान ग्रंथ कौन-सा है ?

उत्तर: 'शून्य पुराण'


22. मानकर के काव्य में किन दो प्रकार के आकर्षणों का प्रतिनिधित्व किया गया है?

उत्तर: हास्य और अलंकार।


23. किस कविता को 'सुकन्नी' के नाम से जाना जाता है ?

उत्तर: पद्म पुराण।


24. 'सुकन्नी' कवि कौन हैं ?

उत्तर कवि नारायण।


(1@25) 'जगत गुरु' कौन है?

उत्तर: शंकरदेव।


26. शंकरदेव का जन्म कब हुआ था?

उत्तर: 1449 ई., 1371 ई.


27. शंकरदेव का जन्म कहाँ हुआ था?

उत्तर: बरदोवा, नागांव जिले में।


28. शंकरदेव के पिता का क्या नाम है ?

उत्तर : कुसुम्बर भुइयां।


29. शंकरदेव की माता का क्या नाम है ?

उत्तर: देवी सत्यसंध्या।


30. शंकरदेव को किसने पाला?

उत्तर: बूढ़ी औरत खेरशुति।


31. शंकरदेव ने किस टोल में शिक्षा प्राप्त की थी ?

उत्तर महेंद्र कंडाली।


32. शंकरदेव की पहली पत्नी का क्या नाम था ?

उत्तर : सूर्यवती।


33. शंकरदेव की दूसरी पत्नी का क्या नाम है ?

उत्तर: कालिंदी।


34. शंकरदेव की मृत्यु कब हुई थी?

उत्तर: 1568 ई. में।


35. शंकरदेव की मृत्यु कहाँ हुई थी?

उत्तर : कूचबिहार में।


36. शंकरदेव को किसने प्रायोजित किया था?

उत्तर: नारायणनारायण।


37. शंकरदेव और माधवदेव कहाँ मिले थे?

उत्तर : बेल्जियम में।


38. शंकरदेव और माधवदेव के मिलन को क्या कहा जाता है?

उत्तर: 'मोती और सोने का कनेक्शन'


39. शंकरदेव और माधवदेवों के मिलन को 'मणिकांचन संयोग' किसने कहा था?

उत्तर है लक्ष्मीनाथ बेजबरुआ।


40. शंकरदेव की प्रथम कृति कौन-सी थी ? या, शंकरदेव की पहली कविता का क्या नाम है?

उत्तर: 'द हरिचंद्र उपाख्यान'


41. शंकरदेव की कविताओं की संख्या कितनी है?

उत्तर: छह।


42. शंकरदेव की कविताओं के नाम क्या हैं?

उत्तर है हरिचंद्र उपाख्यान, रुक्मिणीहरण काव्य, बलिस्लान, अमृत मदन, अजामिल उपाख्यान और कुरुक्षेत्र।


43. 'हरिचंद्र उपाख्यान' कविता का मूल क्या है ?

उत्तर मार्कंडेय पुराण के अध्याय 7-8।


44. किस कविता के बारे में कहा जाता है कि शंकरदेव ने 'भक्ति के चार स्तंभों' पर चोट की थी?

उत्तर: 'द हरिचंद्र उपाख्यान'


45. 'भक्ति के चार स्तंभ' क्या हैं?

उत्तर: नाम, भगवान, गुरु और भक्त।


46. ​​'रुक्मिणी हरण काव्य' की उत्पत्ति किससे हुई है ?

उत्तर: हरिवंश और भगवद पुराण।


47. शंकरदेव के भक्तितत्त्व को व्यक्त करने वाली पुस्तकों के नाम क्या हैं?

उत्तर है 'भक्तिप्रदीप', 'भक्ति-रत्नाकर' (संस्कृत), 'निमि-नवसिद्ध संवाद' और 'अनादीपटन'


48. शंकरदेव के संस्कृत ग्रन्थ का क्या नाम है ?

उत्तर है 'भक्ति-रत्नाकर'


49. मूल भगवद गीता, स्कंद 10 के कितने अध्यायों का शंकरदेव ने अनुवाद किया?

उत्तर: 90 टुकड़े।


50. उत्तरकाण्ड रामायण की रचना किसने की ?

उत्तर: शंकरदेव।

51. शंकरदेव की दो नाम-संबंधी कृतियों के नाम लिखिए।

उत्तर: 'कीर्तन' और 'गुणमाला'


51. शंकरदेव की काव्य प्रतिभा का सबसे अच्छा उदाहरण क्या है? या, शंकरदेव के वैष्णव साहित्य का स्मारक क्या है?

उत्तर: 'कीर्तन'


52. 'कीर्तन' के कितने भाग हैं ?

उत्तर: 27 देश।


53. किसकी आज्ञा से 'कीर्तन' का संग्रह किसने किया ?

उत्तर: माधवदेव, रामचरण टैगोर की आज्ञा से।


54. शंकरदेव की 'गुणमाला' किस ताल में रचित है ?

उत्तर : कुसुमामाला।


55. शंकरदेव की गुणमाला में कितने श्लोक हैं ?

उत्तर: 337 देश।


56. किस राजा ने शंकरदेव को 'गुनमाला' पुस्तक लिखने के लिए प्रेरित किया?

उत्तर: नारायणनारायण।


57. असमिया नाट्य साहित्य के जनक कौन हैं ?

उत्तर: शंकरदेव।


58. शंकरदेव के प्रथम नाटक का क्या नाम है ?

उत्तर: 'साइन-जर्नी'


59. शंकरदेव ने किस नाटक में अभिनय किया था?

उत्तर: 'साइन-जर्नी'


60. अंगकिया नाटक की भाषा क्या है ?

उत्तर: ब्रजावली।


61. शंकरदेव द्वारा लिखे गए नाटकों की संख्या कितनी है?

उत्तर: छह।


62. शंकरदेव के नाटकों के क्या नाम हैं ?

उत्तर: पत्नी प्रसाद, कालिया-दमन, कलिगोपाल, रुक्मिणी हरण, पारिजात हरण और रामविजय।


63. शंकरदेव ने 'पत्नीप्रसाद' नाटक कहाँ लिखा था ?

उत्तर : बेल्जियम में।


64. शंकरदेव के नाटकों 'पत्नीप्रसाद' और 'कालिया-दमन' का मूल क्या है?

उत्तर: भगवद गीता का दसवां स्कंद।


65. 'कालीगोपाल' नाटक का मूल क्या है ?

उत्तर: भगवद पुराण का रसपंचाध्याय।


66. 'केली गोपाल' नाटक को किस अन्य नाम से जाना जाता है ?

उत्तर : 'रस्करीदा'


67. शंकरदेव द्वारा लिखित सबसे बड़े नाटक का नाम क्या है ?

उत्तर: 'रुक्मिणीहरण'


68. 'रुक्मिणी हरण' नाटक का मूल क्या है ?

उत्तर: भगवद पुराण।


69. शंकरदेव के सर्वश्रेष्ठ नाटक का नाम क्या है?

उत्तर : 'पारिजात हरण'


70. 'पारिजात हरण' नाटक का मूल क्या है ?

उत्तर: हरिवंश और भगवद पुराण।


71. शंकरदेव ने 'कालिया-दमन', 'केली गोपाल', 'रुक्मिणीहरण' और 'पारिजात हरण' नाटक कहाँ लिखे थे?

उत्तर पटबौसी में।


72. शंकरदेव के अंतिम नाटक का नाम क्या है? या, शंकरदेव का अंतिम कार्य क्या है?

उत्तर : 'रामविजय'


73. 'रामविजय' नाटक का मूल क्या है ?

उत्तर: 'आदिकंद रामायण'


74. शंकरदेव ने 'रामविजय' नाटक कहाँ लिखा था ?

उत्तर : कूचबिहार में।


75. शंकरदेव के भातिमा कितने प्रकार के होते हैं?

भाटीमा तीन प्रकार के होते हैं: नट भटीमा, देव भटीमा और राज भातिमा।


76. शंकरदेव ने किस राजा की स्तुति में राज भटिमा की रचना की थी ?

उत्तर: नारायणनारायण।


77. 'गुरु भातिमा' के प्रणेता कौन हैं ?

उत्तर: माधवदेव।


78. शंकरदेव ने प्रथम बारगीत की रचना कहाँ और कब की थी?

उत्तर: जब मैं 1490 ई. के आसपास बद्रिकाश्रम की अपनी पहली तीर्थ यात्रा पर गया था।


79. शंकरदेव के पहले बरगिट का क्या नाम है?

उत्तर: 'मोन मेरी राम चरनेही लागू'


80. शंकरदेव ने कितने बरगिट रचे थे?

उत्तर: 240 टुकड़े।


81. उन्हें दोहराने की कोशिश करते हुए शंकरदेव के बरगिट को किसने जला दिया?

उत्तर : कमला गायन नाम की एक भक्त।


82. शंकरदेव के बरगिटों की संख्या कितनी है?

उत्तर: 34 देश।


83. बरगिट की भाषा कौन सी है?

उत्तर: ब्रजावली।


84. डॉ. बनिकांत काकती बरगिट को क्या कहते हैं?

उत्तर- नोबल नंबर।


85. कलीराम मेधी बरगिट को क्या कहते हैं?

उत्तर: दिव्य गीत या महान गीत।


86. बरगिट्स को 'पवित्र गीत' किसने कहा था?

जवाब है देवेंद्र नाथ बेजबरुआ।


87. 'गोपाल की गति कैल, गोविन्द की मति दिल' नामक बरगिट का राग कौन-सा है और इसके रचयिता कौन हैं ?

उत्तर: राग-श्री, शंकरदेव।


88. कौन सा कवि अपनी तुलना एक खरगोश से और माधव कंडाली की तुलना एक हाथी से करता है?

उत्तर: शंकरदेव।


89. कथा गुरुचरित के अनुसार शंकरदेव ने बरदोवा में कितने दिन बिताए थे?

उत्तर: 7 साल 6 महीने।


90. शंकरदेव के प्रिय शिष्य कौन थे ?

उत्तर: माधवदेव।


91. 'बधार पो' कौन है ?

उत्तर: माधवदेव।


92. शंकरदेव ने किस शिष्य को 'बधार पो' कहकर सम्बोधित किया ?

उत्तर: माधवदेवन।


93. माधवडे का जन्म कब हुआ था ?

उत्तर : 1489 ई. में।


94. माधवदेवन का जन्म स्थान कहाँ था ?

उत्तर लखीमपुर के नारायणपुर क्षेत्र में।


95. माधव के पिता का क्या नाम है ?

उत्तर: गोविंदगिरी।


96. माधव की माता का क्या नाम है ?

उत्तर: मनोरमा।


97. माधव के गुरु का क्या नाम है ?

उत्तर: राजेंद्र प्रोफेसर।


98. माधवदेवन की मृत्यु कब हुई ?

उत्तर: 1596 ई. में।


99. माधव की मृत्यु कहाँ हुई थी ?

उत्तर : कूचबिहार में।


100. राजसूय काव्य और जन्ममहास्य की रचना किसने की थी ?

उत्तर: माधवदेवन।


101. 'नामघोष' की रचना किसने की ?

उत्तर: माधवडे।