WhatsApp group | Join now |
Telegram group | Join now |
Today Current Affairs
We provide daily Current affairs in different languages for your convenience.
ভাষাসমূহ
- অসমীয়া
- English
- हिंदी
Current affairs mainly multiple types
- International Affairs
- National Affairs
- Environmental Affairs
- Science and Technology
- Political Affairs
- Economic Affairs
- Etc…..
অসমীয়া ভাষাত
যদিহে আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলায় আছে,তেন্তে আপুনি Current affairs ৰ লগতে General Knowledge, ইত্যাদি অতিকৈ প্ৰয়োজনীয় । আমি আপোনালোকৰ সুবিধাৰ বাবে 3 টা ভাষাত দৈনিক Current affairs, General Knowledge বা পৰীক্ষাত সহায় হোৱাকৈ বিভিন্ন ধৰণৰ প্ৰশ্ন ৰ লগতে উত্তৰ যোগান ধৰো। যিবিলাক প্ৰশ্নৰ জৰিয়তে আপুনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰিব।
English language
If you are preparing for government jobs,then you need Current affairs as well as General Knowledge, etc. We provide daily Current affairs, General Knowledge or various questions and answers to help you in your exams in 3 languages for your convenience. Questions that you can use to prepare for the exam.
हिंदी भाषा में
यदि आप सरकारी नौकरी की तैयारी कर रहे हैं, तो आपको करंट अफेयर्स के साथ-साथ सामान्य ज्ञान आदि की आवश्यकता है। हम आपकी सुविधा के लिए 3 भाषाओं में आपकी परीक्षा में मदद करने के लिए दैनिक करंट अफेयर्स, सामान्य ज्ञान या विभिन्न प्रश्न और उत्तर प्रदान करते हैं। प्रश्न जिनका उपयोग आप परीक्षा की तैयारी के लिए कर सकते हैं।
(22-02-2023) Current affairs অসমীয়া ভাষাত
প্ৰশ্ন ১। শেহতীয়াকৈ কোনে মহাৰাষ্ট্ৰৰ প্ৰথমখন দিব্যাং পাৰ্কৰ আধাৰশিলা স্থাপন কৰিছে?
➼ নীতিন গংকৰী
প্ৰশ্ন ২। শেহতীয়াকৈ ক’ৰ পৰা আৰম্ভ হৈছে ‘খাজুৰাহো নৃত্য মহোৎসৱ’ৰ ৪৯ সংখ্যক সংস্কৰণ?
➼ মধ্যপ্ৰদেশ
প্ৰশ্ন ৩। শেহতীয়াকৈ ক’ত আয়োজন কৰা হৈছে পশ্চিম আৰু মধ্যৰ বাবে প্ৰথমখন প্ৰধানমন্ত্ৰী গতি শক্তি কৰ্মশালা?
➼ গোৱা
প্ৰশ্ন ৪। শেহতীয়াকৈ কোনখন দেশে আই এছ এছ এফ বিশ্বকাপত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম গোল্ড লাভ কৰিছে?
➼ ভাৰত
প্ৰশ্ন ৫। শেহতীয়াকৈ কোনখন মেট্ৰ’ই প্ৰথমবাৰৰ বাবে ৰে’ল নিয়ন্ত্ৰণ আৰু তত্বাৱধান ব্যৱস্থা আৰম্ভ কৰিছে?
➼ দিল্লী মেট্ৰ'
প্ৰশ্ন ৬। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কেতিয়া পালন কৰা হৈছে?
➼ ২১ ফেব্ৰুৱাৰী
প্ৰশ্ন ৭। শেহতীয়াকৈ এল গণেশনে কোনখন ৰাজ্যৰ ২১ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছে?
➼ নাগালেণ্ড
প্ৰশ্ন ৮। শেহতীয়াকৈ প্ৰয়াত চি এছ ডি বিপিন ৰাৱটৰ সন্মানত কোন দেশৰ শ্ৰী মুক্তিনাথ মন্দিৰত ঘণ্টা স্থাপন কৰা হৈছে?
➼ শ্ৰীলংকা
প্ৰশ্ন ৯। শেহতীয়াকৈ ক’ত নিৰ্মাণ হ’ব উত্তৰ ভাৰতৰ প্ৰথমটো পাৰমাণৱিক প্লাণ্ট?
➼ হাৰিয়ানা
প্ৰশ্ন ১০। শেহতীয়াকৈ দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত কোনখন ছবিয়ে ‘বছৰৰ ছবি’ হিচাপে নিৰ্বাচিত হৈছে?
➼ আৰ আৰ আৰ
প্ৰশ্ন ১১। শেহতীয়াকৈ ভাৰতৰ ৮০তম গ্ৰেণ্ডমাষ্টাৰ কোন? মি
➼ বিগনেশ এন আৰ
প্ৰশ্ন ১২। শেহতীয়াকৈ ভাৰত আৰু ইজিপ্তৰ ‘সন্ত্রাসবাদ বিৰোধী যুটীয়া কার্যগোষ্ঠী’ৰ তৃতীয়খন বৈঠকৰ আয়োজন ক’ত হৈছে?
➼ নতুন দিল্লী
প্ৰশ্ন ১৩। কোনখন ৰাজ্যৰ প্ৰাক্তন ৰাজ্যপাল ওম প্ৰকাশ কোহলীৰ শেহতীয়াকৈ দেহাৱসান ঘটিছে?
➼ গুজৰাট
প্ৰশ্ন ১৪। শেহতীয়াকৈ ইউপিআইয়ে কোনখন দেশৰ সৈতে সীমা অতিক্ৰম কৰি সংযোগ আৰম্ভ কৰিছে?
➼ ছিংগাপুৰ
প্ৰশ্ন ১৫। শেহতীয়াকৈ মোবাইল ডাউনলোড স্পীডটেষ্টৰ গ্ল’বেল ইনডেক্সত কোনে শীৰ্ষস্থান দখল কৰিছে?
➼ ছিংগাপুৰ
যদিহে আপোনালোকে আমাৰ Post সমূহ নিতৌ পাবলৈ বিচাৰে তেন্তে আপোনালোকে আমাৰ WhatsApp group ত join হব পাৰে।
Click here & join now
(22-02-2023) Current Affairs in English
- Who recently laid the foundation stone of Maharashtra's first disabled park?
➼ Nitin Gankar
- Where did the 49th edition of the Khajuraho Dance Festival start recently?
➼ Madhya Pradesh
- Where has the first Prime Minister’s Motion Power Workshop for West and Central been organized recently?
➼ Singing
- Which country won the 10m Air Pistol Mixed Team Gold at the recent ISSF World Cup?
➼ India
- Which metro has recently launched its first train control and supervision system?
➼ Delhi Metro
- When was International Mother Language Day celebrated recently?
➼ 21 February
- Ganesan was recently sworn in as the 21st Governor of which state?
➼ Nagaland
- a bell has been installed in the Sri Muktinath temple in which country in honor of late CSD Bipin Rawat?
➼ Sri Lanka
- Where will the first nuclear plant in North India be built in the near future?
➼ Haryana
- Which film was recently selected as the 'Film of the Year' at the Dadasaheb Phalke International Film Festival 2023?
➼ RRR
- Who is the 80th Grandmaster of India recently? m
➼ Bignesh NR
- Where has the third meeting of the India-Egypt 'Joint Counter-Terrorism Working Group' been held recently?
➼ New Delhi
- Former Governor of which state Om Prakash Kohli passed away recently?
➼ Gujarat
- which country has UPI recently launched cross-border connectivity?
➼ Singapore
- Who topped Mobile Download Speedtest’s latest global index?
➼ Singapore
If you want to get our posts daily, you can join our WhatsApp group.
Click here & join now
(22-02-2023) हिंदी में करंट अफेयर्स
- सवाल हाल ही में महाराष्ट्र के पहले विकलांग पार्क की आधारशिला किसने रखी?
➼ नितिन गणकर
- सवाल खजुराहो नृत्य महोत्सव का 49वां संस्करण हाल ही में कहाँ शुरू हुआ?
➼ मध्य प्रदेश
- सवाल हाल ही में पश्चिम और मध्य के लिए प्रथम प्रधानमंत्री गति शक्ति कार्यशाला का आयोजन कहाँ किया गया है?
➼ गायन
- सवाल हाल ही में हुए ISSF विश्व कप में किस देश ने 10 मीटर एयर पिस्टल मिक्स्ड टीम गोल्ड जीता?
➼ भारत
- सवाल किस मेट्रो ने हाल ही में अपनी पहली ट्रेन नियंत्रण और पर्यवेक्षण प्रणाली शुरू की है?
➼ दिल्ली मेट्रो
सवाल हाल ही में अंतर्राष्ट्रीय मातृभाषा दिवस कब मनाया गया?
➼ 21 फरवरी
- सवाल एल गणेशन ने हाल ही में किस राज्य के 21वें राज्यपाल के रूप में शपथ ली है?
➼ नागालैंड
- सवाल हाल ही में दिवंगत सीएसडी बिपिन रावत के सम्मान में किस देश के श्री मुक्तिनाथ मंदिर में घंटा लगाया गया है?
➼ श्रीलंका
- सवाल निकट भविष्य में उत्तर भारत में पहला परमाणु संयंत्र कहाँ बनाया जाएगा?
➼ हरियाणा
- सवाल हाल ही में दादासाहेब फाल्के अंतर्राष्ट्रीय फिल्म महोत्सव 2023 में किस फिल्म को 'फिल्म ऑफ द ईयर' के रूप में चुना गया?
➼ आरआरआर
- सवाल हाल ही में भारत के 80वें ग्रैंडमास्टर कौन बने हैं? एम
➼ बिग्नेश एनआर
- सवाल हाल ही में भारत-मिस्र 'ज्वाइंट काउंटर-टेररिज्म वर्किंग ग्रुप' की तीसरी बैठक कहाँ हुई है?
➼ नई दिल्ली
- सवाल हाल ही में किस राज्य के पूर्व राज्यपाल ओम प्रकाश कोहली का निधन हुआ?
➼ गुजरात
- सवाल UPI ने हाल ही में किस देश के साथ क्रॉस-बॉर्डर कनेक्टिविटी लॉन्च की है?
➼ सिंगापुर
- सवाल मोबाइल डाउनलोड स्पीडटेस्ट के नवीनतम वैश्विक सूचकांक में कौन शीर्ष पर है?
➼ सिंगापुर
अगर आप हमारी पोस्ट रोजाना पाना चाहते हैं तो आप हमारे व्हाट्सएप ग्रुप से जुड़ सकते हैं।
Click here & join now